3 Minutes Reiki Healing for All

31



কোনো এক আৰামদায়ক স্থিতিত ৩ (তিনি) মিনিটৰ বাবে বহি লওক। এতিয়া নিজৰ লগতে সকলো গুৰু (গাইড), সকলো এঞ্জেল, প্ৰকৃতি, পৰমাত্মা আৰু ইউনিভাৰ্চেল লাইফ ফৰ্চ এনাৰ্জি (ৰেইকি)ৰ প্ৰতি অন্তৰৰ পৰা কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক । এই ভিডিঅ’টো প্লে কৰক আৰু লাহেকৈ আপোনাৰ চকু বন্ধ কৰি মনৰ ভিতৰত আপোনাৰ উদ্দেশ্যটো কওঁক, আৰু এই উদ্দেশ্যৰে ভিডিঅ’টো শেষ নোহোৱালৈকে জীৰণিৰ সৈতে অপেক্ষা কৰক। লগে লগে সুকোমল কিন্তু শক্তিশালী হিলিং এনাৰ্জি প্ৰৱাহিত হৈ হিলিং হ’বলৈ আৰম্ভ কৰিব। ভিডিঅ’টো শেষ কৰাৰ পিছত, পুনঃ সকলোৰে প্ৰতি কৃতজ্ঞতা বা ধন্যবাদ পূৰ্ণ ভাৱনাৰ অনুভৱ কৰক আৰু লাহে লাহে চকু মেলক 🙏

এই ভিডিওটো দিনটোত যিমানবাৰ ইচ্ছা সিমান বাৰ একেটা উদ্দেশ্যৰে বা বেলেগ বেলেগ উদ্দেশ্যৰে ব্যৱহাৰ কৰিব পাৰিব । প্ৰতিদিনে অন্ততঃ এবাৰ কৈ হ’লেও এই ভিডিওটো ব্যৱহাৰ কৰা উচিৎ ।

Just sit in a relax position. Feel gratitude in mind to Yourself, all Gurus(Guides), all Angels, Nature, God and Universal Life Force Energy(Reiki). Play this video and gently close your eyes. Now mentally say your intention, with this intention wait and relax until finish the video. The powerful and smooth Healing energy will be flow to you. After finishing the video, feel gratitude again and slowly open your eyes 🙏 .

The video can be use many times in a day with same or different intentions. It is ideal for use everyday.

source



Leave a Comment

Your email address will not be published. Required fields are marked *

Shares

You have successfully subscribed to the newsletter

There was an error while trying to send your request. Please try again.

Reikisthan will use the information you provide on this form to be in touch with you and to provide updates and marketing.